অনুশীলনী-2(B)
1. আখৰেৰে লিখা (আন্তর্জাতিক একক পদ্ধতিত)
(i) 252,080,513
= দুশ বাৱন্ন মিলিয়ন, আশী হাজাৰ, পাঁচশ তেৰ।
(ii) 32,902,507
= বত্ৰিছ মিলিয়ন, নশ দুই হাজাৰ, পাঁচশ সাত।
(iii) 90,909,099
= নব্বৈ মিলিয়ন, নশ ন হাজাৰ, নিৰানব্বৈ।
(iv) 9,099,999
= ন মিলিয়ন, নিৰানব্বৈ হাজাৰ, নশ নিৰানব্বৈ।
(v) 123,907,972
= এশ তেইছ মিলিয়ন, নশ সাত হাজাৰ, নশ বাসত্তৰ।
2. অংকেৰে লিখা (আন্তর্জাতিক একক পদ্ধতিত)
(i) সাতশ পােন্ধৰ মিলিয়ন, সাত হাজাৰ ষােল্ল।
= 715,007,016
(ii) দহ মিলিয়ন, নব্বৈ হাজাৰ, সােতৰ।
= 10,090,017
(iii) ছয়শ পয়ত্রিছ মিলিয়ন, পাঁচশ উনাশী হাজাৰ, দুশ তিনি।
= 635,579,203
(iv) তেৱন্ন মিলিয়ন, ষোল্ল।
= 53,000,016
(v) সাত মিলিয়ন, সাত শ।
= 7,000,700
No comments:
Post a Comment