प्रथमः पाठः • शब्दलेखनाभ्यासः
ब्रह्मा = ব্ৰহ্মা
व्याघ्रः = বাঘ
राष्ट्रम = দেশ / ৰাষ্ট্ৰ
श्रत्वा = শুণা
उक्त्वा = কোৱা
प्राप्तिः = পোৱা
त्यक्त्वा = পৰিত্যক্ত / বলিদান হোৱা
उष्ट्रः = উট
गच्छ = যোৱা
त्रस्तः = ভয় খোৱা
जिह्वा = জিভা
स्वस्ति = সুখ
ग्रन्थः = কিতাপ / গ্ৰন্থ
अङ्गम् = অংগ
बङ्गः = বংগ
अप्सरा: = অপ্সৰা
उच्छ्वास् = নিশাহ / নিশ্বাস
अद्वैतम् = অদ্বিতীয়
विद्वत्त्वम् = বিদ্বান
ब्राह्मण: = ব্ৰাহ্মণ
अगस्त्य = অগস্ত্য (এজন ঋষিৰ নাম)
महात्मा = মহাত্মা
संस्कृतिः = সংস্কৃতি
दुष्करम् = দুষ্কৰ্ম / বেয়া কাম
प्राप्तव्यम् = পোৱা / লাভ কৰা
न्याय्यम् = ন্যায়
उद्वाहः = বিবাহ
शरच्चन्द्रः = শৰৎচন্দ্ৰ
अग्निहोत्रम् = জুইত আহুতি দিয়া
भट्टिकाव्यम् = ভট্টি নামৰ এজন কবিয়ে ৰচনা কৰা কবিতা
ब्रह्मसिद्धिः = এজন মুনিৰ নাম / যিয়ে সিদ্ধিৰ দ্বাৰা ব্ৰহ্মক লাভ কৰে
पश्चात्तापः = পৰিতাপ / পশ্চাৎতাপ
मरुद्यानम् = মৰুদ্যান / মৰুভূমিৰ উদ্যান
सत्याश्यासः = সত্যৰ প্ৰতি বিশ্বাস
विद्वद्गगोष्ठी: = বিদ্বান সমাজ
धार्तराष्ट्र: = এক প্ৰকাৰৰ হাঁহ
सर्वाङ्गीणोद्धारः = সকলৰে উদ্ধাৰ
कृष्णस्थानम् = কৃষ্ণৰ থকা ঠাই
त्रिचत्वारिंशत् = চৌত্ৰিশ
चतुष्पञ्चशत् = চৌৱন
© KKs Vlog Sapatgram
No comments:
Post a Comment