দ্বিতীয় শ্ৰেণীৰ ইংৰাজী
A বৰ্ণৰ শব্দবোৰৰ অসমীয়া অৰ্থ
Axe = কুঠাৰ 🪓
Arrow = কাঁড় 🏹
Alligator = ঘঁৰিয়াল 🐊
Aqua = পানী 🚿
Animal = জন্তু 🐄 🐃 🐘 🐎 🐕🦺 🐅 🐒
Ant = পৰুৱা 🐜
Apple = আপেল 🍎
Ass = গাধ 🐐
Angle = কোণ ∠
Aeroplane = উৰাজাহাজ ✈️
© KKs Vlog Sapatgram
==========================
দ্বিতীয় শ্ৰেণীৰ ইংৰাজী
*B বৰ্ণৰ শব্দবোৰৰ অসমীয়া অৰ্থ*
Butterfly = পখিলা 🦋
Bat = বেট 🏏
Baby = কেঁচুৱা 🛀
Bamboo = বাঁহ 🎋
Bird = চৰাই 🐦 🕊️ 🦚 🦅 🦜 🦩 🐓
Butter = মাখন 🍚 🥧 🍨
Buffalo = ম'হ 🐃
Box = বাকচ 🎁
© KKs Vlog Sapatgram
==========================
দ্বিতীয় শ্ৰেণীৰ ইংৰাজী
*C বৰ্ণৰ শব্দবোৰৰ অসমীয়া অৰ্থ*
Cow = গৰু 🐄
Carrot = গাজৰ 🥕
Camel = উট 🐫
Cork = সোপা
Chair = চকী 🪑
Cradle = দোলনা
Cake = পিঠা 🥪🍰
Comb = ফণি
© KKs Vlog Sapatgram
==========================
দ্বিতীয় শ্ৰেণীৰ ইংৰাজী
*D বৰ্ণৰ শব্দবোৰৰ অসমীয়া অৰ্থ*
Doctor👩⚕️ চিকিৎসক
Donkey 🐐 গাধ
Doll 🐨 পুতলা
Dove 🕊️ কপৌ চৰাই
Drum 🥁 ঢোল
Door 🚪 দুৱাৰ
Dolphin 🦈 ডলফিন
Dress 👗🎽 পোচাক
© KKs Vlog Sapatgram
==========================
দ্বিতীয় শ্ৰেণীৰ ইংৰাজী
*E বৰ্ণৰ শব্দবোৰৰ অসমীয়া অৰ্থ*
Eye 👁️ চকু
Emblem 🔱 প্ৰতীক
Engine 🚇 ইঞ্জিন
Eagle 🦅 ঈগল
Envelope ✉️ খাম
Elephant 🐘 হাতী
Ear 👂 কাণ
Egg 🥚 কণী
KKs Vlog Sapatgram
==========================
দ্বিতীয় শ্ৰেণীৰ ইংৰাজী
*F বৰ্ণৰ শব্দবোৰৰ অসমীয়া অৰ্থ*
Flag 🇮🇳 পতাকা
Flower 🌻 ফুল
Feather = পাখি
Flask 🧂 বটল / পানী ৰখা পাত্ৰ
Foot 🦶 ভৰি
Fork🍴 কাঁটা চামুচ
Fox 🦊 শিয়াল
Fish 🐠 মাছ
Fruits 🍒 ফল
© KKs Vlog Sapatgram
==========================
দ্বিতীয় শ্ৰেণীৰ ইংৰাজী
*Action Word*
Come = অহা 🙋
Run = দৌৰা 🏃
Walk = খোজকঢ়া 🚶🕺
Play = খেলা ⛹️🤾🤸🏋️
Go = যোৱা 🚶
Jump = জঁপিওৱা 🧗
Stop = ৰৈ যোৱা 🧍🕴️
Read = পঢ়া 📖
Write = লিখা 📝
Sleep = শোৱা 🛌
Sing = গোৱা 🎤
Sit = বহা 🧘
© KKs Vlog Sapatgram
=============================
No comments:
Post a Comment